rupaliparda.com
৭৮ বছৰ বয়সতো কাম কৰিবলৈ উৎসাহিত অমিতাভ বচ্চনঃ | Rupaliparda.com
৭৮ বছৰ বয়সতো জীৱন তথা কেৰিয়াৰ সক্ৰিয় ভাৱে চলাই নিয়া অভিনেতা গৰাকী হৈছে অমিতাভ বচ্চন। বৰ্তমানেও নৱপ্ৰজন্মৰ সৈতে সক্ৰিয়তাৰে কাম কৰি গৈ আছে অভিনেতা অমিতাভ