rupaliparda.com
উৰন্ত শিখ" মিলখা সিঙৰ মৃত্যুত শোকাহত প্ৰতিজন; বায়'পিকৰ বাবে ফাৰহানে লৈছিল ১ টকাঃ | Rupaliparda.com
"উৰন্ত শিখ" খ্যাত ভাৰতবৰ্ষৰ অন্যতম দৌৰবিদ মিলখা সিঙৰ মৃত্যুত শোকাহত প্ৰত্যেকজন জনসাধাৰণ। ১৮ জুনৰ নিশা প্ৰায় ১১.৩০ বজাত ৯১ বছৰত শেষ নিশ্বাস ত্যাগ কৰে মিলখা