rupaliparda.com
"অন্তৰৰ পৰা গোৱা গান এটি সদায় শ্ৰোতাৰ অন্তৰলৈ সোমাব পাৰে"- হিমাংশু শৰ্মা | Rupaliparda.com
আমি প্ৰায়ে সৰু ল'ৰা-ছোৱালীক দেখিলে তেওঁলোকক গান এটা গাবলৈ অথবা নাচি দেখুওৱালৈ কওঁ! নহয়নে? সৰুৰে পৰাই আচলতে আমি তেওঁলোকক মনোৰঞ্জনৰ দিশটোত সক্ৰিয় কৰি তুলিবলৈ