rupaliparda.com
এটি অসমীয়া গীতৰ "Mashup" আৰু সমালোচনা; কিমান প্ৰয়োজনীয়?? | Rupaliparda.com
কোনো এটা বস্তুৰ যেতিয়া ধনাত্মক সমালোচনা কৰা হয়; তেতিয়া সেই বস্তুটো অথবা প্ৰকল্পটোৰ আঁৰত থকা ব্যক্তি সকলে আগলৈ নিজ ভুল-ক্ৰুটি সমূহ শুধৰাবলৈ সুবিধা অৰ্জন কৰে।