rupaliparda.com
যেতিয়া ছুপাৰষ্টাৰে জেৰিফাক কৈছিল -- ' তুমি ডাঙৰ অভিনেত্ৰী হ’বা ! ' | - উৎপল মেনা | Rupaliparda.com
সম্ভৱতঃ ২০০০ চনৰ কোনো এটা দিনত জেৰিফা ৱাহিদক প্ৰথমবাৰ লগ পাইছিলো ! -- সেই সময়ত মোৰ কৰ্মস্থান আছিল মুম্বাই । কেইদিন মানলৈ গুৱাহাটীলৈ আহিছিলো । " বিস্ময় "ৰ