rupaliparda.com
"সংগীত সদায় মানুহ অনুকূলেই হ'ব লাগে"- প্ৰাঞ্জল কুমাৰ মহন্ত | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়তো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত