rupaliparda.com
"Jibon Unplugged" ৰ নতুন সংযোজন "আবেলিৰ ৰ'দালি"; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ | Rupaliparda.com
চাৰিওকাষ জনপূৰ্ণ হৈ থাকিলেও কেতিয়াবা আমি নিজক মনত পেলাওঁ; নিজলৈ মনত পেলাই পূৰণি স্মৃতি সমূহক ৰোমন্থন কৰোঁ। আমি প্ৰায়ে পূৰণিক নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰোঁ