rupaliparda.com
"সংগীতক মই একো দিব পৰা নাই কিন্তু সংগীতে মোক বহু কিবাকিবি দিছে।"- দিপাংক শইকীয়া | Rupaliparda.com
সংগীত ক্ষেত্ৰখনৰ এগৰাকী সংগীতশিল্পী; নিজ সুৰ আৰু সংগীতেৰে এটি গীতক শ্ৰোতাৰ কাষত আৰু অধিক গ্ৰহণযোগ্য তথা হৃদয়স্পৰ্শী কৰি তোলা দিপাংক শইকীয়াৰ নাম হয়টো