rupaliparda.com
"সংগীতৰ জগতখনত নিজকে জড়িত কৰি ৰাখিবলৈ উৎসাহ যোগাইছিল"- অমৰেন্দ্ৰ কলিতা | Rupaliparda.com
"চেঁচা কৰি যোৱা", "তুমি অতীত", "অনুভৱী হিয়া" আদিৰ লগতে সদ্যমুক্তিপ্ৰাপ্ত "বৈয়ে যায়" শীৰ্ষক গীত সমূহে ইতিমধ্যে সংগীত ক্ষেত্ৰখনত বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম