rupaliparda.com
| ৰাফ cut : মলয়া গোস্বামী |-- উৎপল মেনা | Rupaliparda.com
তেতিয়া 'ৰং' -- ফ্ল'ৰত । মুনিন বৰুৱাৰ 'ৰং'। ভাইমনদাৰ ( মুনিন বৰুৱাৰ ) ফোন -- কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ