rupaliparda.com
| আৰু এটা ভাল খবৰ : বেলকনিত ভগৱান |-- উৎপল মেনা | Rupaliparda.com
আৰু এটা ভাল খবৰ , 'বেলকনিত ভগৱান’ কেন্দ্ৰীক। ভাৰতৰ ৪০খনৰো অধিক চিনেমাৰ মাজৰ পৰা ‘বেলকনিত ভগৱান’ নিৰ্বাচিত হৈছে 12th Indian Film Festival of Melbourne লৈ।