rupaliparda.com
Bioscope ৰ এই নতুন প্ৰচেষ্টা "স্মৃতিৰ ৰ'দালি"- | Rupaliparda.com
জীৱন দৌৰত আমি দৌৰি দৌৰি কেতিয়াবা ভাগৰি পৰোঁ, বৰ্তমান আমি যি সময়ত জীয়াই আছোঁ তাত প্ৰত্যেকগৰাকী ব্যক্তিয়ে পূৰণি স্মৃতি বুকুত বান্ধি কেৱল মাত্ৰ আগবাঢ়ি গৈ আছে।