rupaliparda.com
অসমীয়া মণিপুৰী কথাৰ সংমিশ্ৰণেৰে এটি নতুন প্ৰেমৰ গীত অঞ্জু পাঞ্চি আৰু ৰেপাৰ অভিষেকৰ কণ্ঠৰেঃ | Rupaliparda.com
সংগীত জগতখনত এখোজ দুখোজকৈ আগবাঢ়ি অনুৰাগীৰ শাৰীৰ দীঘলীয়া কৰা অঞ্জু পাঞ্চিৰ কণ্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত "মৰমৰ দাপোণত"। অহা ১৫ আগষ্ট তাৰিখলৈ