rupaliparda.com
নতুন খবৰ, অক্টোবৰ মাহত মুক্তি লাভ কৰিব অসমীয়া ছবি "চন্দ্ৰাৱলী"- | Rupaliparda.com
বিগত বহু দিনৰ পৰাই অসমীয়া ছবি মুক্তিৰ খবৰ আমি পোৱা নাই। অৱশ্যে সাম্প্ৰতিক সময়ছোৱাত এখন ছবিক মুকলি কৰি দিয়াত যৎকিঞ্চিৎ সাহসকণো কৰিব পৰা নাই পৰিচালক-প্ৰযোজক