rupaliparda.com
"বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ'ম লোকসংগীতৰ সাধনাৰ মাজেৰেই"- হীৰকজ্যোতি শৰ্মা | Rupaliparda.com
এখন সাংস্কৃতিক পৰিয়ালত জন্মলাভ কৰা একোটা শিশুৱে জন্মৰে পৰাই সাংস্কৃতিক দিশটোৰ প্ৰতি নিজক আগ্ৰহী কৰি লৈ গৈ থাকে। সপোনৰ দিশটোত প্ৰায়ে নিজ অভিভাৱকে সন্তানটিক হাত