rupaliparda.com
১৯৩৫ ৰ পৰা ২০২০ চনলৈ অসমীয়া ছবিৰ এক পৰ্যালোচনা উৎপল মেনাৰ কিতাপ “অসমীয়া চিনেমা” তঃ | Rupaliparda.com
জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিকৰ লগতে চলচিত্ৰ সমালোচক উৎপল মেনাই শেহতীয়াকৈ অসমীয়া ছবিৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ আটাইবোৰ ঘটনা-পৰিঘটনাক লৈ এখন কিতাপ লিখি উলিয়াইছে।