rupaliparda.com
"শব্দ নিশব্দ কোলাহল" ৰ খলকনি, ফাৰ্ষ্ট লুক পোষ্টাৰত সঁহাৰি ৰাইজৰঃ | Rupaliparda.com
আমি প্ৰায়ে নেতিবাচক কিছুমান বাতৰিৰে সাঙুৰ খাই আছোঁ, নহয়নে? ক'ৰোণা মহামাৰী অথবা সমাজত নঘটিবলগীয়া কিছুমান অমংগলীয়া কথাই আমাক বাৰুকৈয়ে ব্যতিব্যস্ত কৰি ৰাখিছে।