rupaliparda.com
ৰূপালীপৰ্দাৰ উদ্ধোধক; বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্মদিনঃ | Rupaliparda.com
“শিল্পী” শব্দটোৱে যাৰ নামৰ সৈতে লগ হোৱা পিছতেই ই লাভ কৰে এক সুকীয়া বৈশিষ্ট্য। এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত ভূপেন হাজৰিকাই গীত গাইছিল: ৰচিছিল সেইবোৰ