rupaliparda.com
"আমাৰ যথেষ্ট দায়বদ্ধতা আছে। আমি এতিয়াও শিকাৰু"- বন্তি দলে | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত