rupaliparda.com
একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ | Rupaliparda.com
অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাই ৰখা প্ৰায় প্ৰত্যেকগৰাকী অসম সন্তানৰ প্ৰকল্প সমূহ আমাৰ বাবে ভাললগা, কাৰণ ই আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি তোলে।