rupaliparda.com
অসমীয়া চিনেমা : ৰামধেনু | -- উৎপল মেনা | Rupaliparda.com
'ৰামধেনু’৷ –আশাৰ ৰামধেনু৷ মানুহৰ মনৰ ৰং, জীৱনৰ ৰং চিনেমাখনৰ বিষয়বস্তু৷ ভিন্ন ৰঙৰ চৰিত্ৰ, ভিন্ন ‘গল্প’৷ বান্ধিছে এটা ‘চৰিত্ৰ’ৰে৷ চৰিত্ৰটোৰ নাম মন্দিৰা৷