rupaliparda.com
নৱবৰ্ষৰ ২৭ জানুৱাৰীত "অনুৰ" |-- উৎপল মেনা | Rupaliparda.com
মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "অনুৰ"ৰ দুখন পোষ্টাৰ মুকলি কৰে নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, তৰালি শৰ্মা আদিকে ধৰি ভালেমান চিনেকৰ্মী-চিত্ৰ ৰসিকৰ উপস্থিতিত।