rupaliparda.com
।। শ্ৰী ৰঘুপতি: পৰিপাটি ৰূপালী গল্প।। -- উৎপল মেনা | Rupaliparda.com
আহিছো-- "শ্ৰী ৰঘুপতি" প্ৰসংগলৈ। এখন পৰিপাটি অসমীয়া চিনেমা। তামিল-তেলেগু বা হিন্দী চিনেমাত যে মাৰ-পিটৰ দৃশ্য চিত্ৰায়ণ কৰে, তেনেদৰে "শ্ৰী ৰঘুপতি"তো কৰিছে।