rupaliparda.com
হোমৱ'ৰ্ক: আৰু এখন শিশু চিনেমা -- উৎপল মেনা | Rupaliparda.com
আৰু এখন শিশু অসমীয়া চিনেমা।আজি শুভ মহুৰৎ অনুষ্ঠান হৈ যোৱা চিনেমা খনৰ নাম-- "হোমৱ'ৰ্ক"। নামতেই বিষয়বস্তু স্পষ্ট।পৰিচালক: অচিন্ত শংকৰ।