rupaliparda.com
"দুমুখীয়া" আখ্যা মিডিয়াকঃ কংকনাৰ আক্ষেপ সঁচা নে "প্লাৱিচিটি ষ্টাণ্ট" এয়া?? | Rupaliparda.com
প্ৰত্যেক দিনাই যেন সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিছে বলীউডৰ এই অভিনেত্ৰীগৰাকী। তেওঁৰ চিনেমাতকৈ অধিক চৰ্চিত হৈছে তেওঁ নিজেই। পিছে,ধৰিব পাৰিছে নে কোন এইগৰাকী