rupaliparda.com
অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সফল সামৰণি | Rupaliparda.com
গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৩: সাংস্কৃতিক কেনভাছত অবিস্মৰণীয় সোণালী স্বাক্ষৰ খোদিত কৰি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অন্তিমটো দিনৰ মনমুগ্ধ অনুষ্ঠানেৰে সামৰণি পৰে