rupaliparda.com
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ --উৎপল মেনা | Rupaliparda.com
"স্থানীয় বজাৰ" সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই "বজাৰ কেন্দ্ৰীক চিনেচিন্ত"ৰ গুৰুত্ব