rupaliparda.com
"মুন্নী" নহয় এইবাৰ দৰ্শকৰ মাজত হ'ব মুন্না বদনামঃ | Rupaliparda.com
"ডাবাং-৩" ত এইবাৰ মুন্নী নহয়; হ'ব মুন্না বদনাম। "মুন্না বদনাম" শীৰ্ষক গীতটিত ছলমান খান আৰু ৱাৰ্ণিয়াৰ সৈতে তালত তাল মিলাব জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ প্ৰভূদেৱাইও।