rupaliparda.com
তাপসিৰ জন্মদিন আৰু কিছু কথাঃ | Rupaliparda.com
তামিলৰ লগতে বলীউড ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰা "মেগী" ৰ আজি জন্মদিন। ৰাইজে হয়টো ধৰিব পৰা নাই "মেগী" কোন! নহয়নে?? "মেগী" হৈছে আপোনালোকৰেই চিনাকী তাপসি পান্নু।