rupaliparda.com
চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক'ত,কেনেকৈ, কি হ'ল?- | Rupaliparda.com
চিকিৎসাধীন অভিনেতা ৰবি শৰ্মা। মূৰ আৰু হাতত গুৰুত্বৰ আঘাতৰ চিন। কিন্তু ক'ত আৰু কিয় চিকিৎসাধীন হৈছে অভিনেতাগৰাকী?? সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।