rupaliparda.com
মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- | Rupaliparda.com
আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ঊজ্বলিল অসম। "ভিলেজ ৰকষ্টাৰ" সীমাহীন সফলতাৰ পিছত ৰীমা দাসৰ ছবি "বুলবুল কেন ছিং" -এ এইবাৰ আজুৰিলে আন্তঃৰাষ্ট্ৰীয় সন্মান।