rupaliparda.com
"সেক্ৰেড গেমছ-২" ত দৰ্শকে নাপালে মজাঃ | Rupaliparda.com
স্বাধীনতা দিৱসত মুক্তি লাভ কৰা বলীউড ছবি "মিছন মংগল" আৰু "ৱাটলা হাউচ" ৰ সমান্তৰালকৈ এখন ৱেব চিৰিজ "সেক্ৰেড গেমছ" ৰ বাবেও অপেক্ষা কৰি ৰৈছিল একাংশ দৰ্শকে।