Rupaliparda.com

পৃথিৱীৰ আটাইতকৈ সুন্দৰ পুৰুষ খ্যাত ঋত্বিক ৰোশনঃ

অভিনয়ৰ লগতে নিজৰ সুন্দৰতা আৰু ব’ডি ফিটনেছৰ বাবে বি-টাউনৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনে কেইবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰিছে। কেৱল মাত্ৰ ভাৰতৰেই নহয়; তেওঁৰ অনুৰাগীৰ সংখ্যা বিদেশতো অধিক।

পৃথিৱীৰ আটাইতকৈ সুন্দৰ পুৰুষ খ্যাত ঋত্বিক ৰোশনঃ 1
পৃথিৱীৰ আটাইতকৈ সুন্দৰ পুৰুষ খ্যাত ঋত্বিক ৰোশনঃ 2


গতিকে, বিদেশস্থিত এক এজেণ্সীয়ে ঋত্বিক ৰোশনক পৃথিৱীৰ আটাইতকৈ সুন্দৰ ব্যক্তি হিচাপে নিৰ্বাচন কৰে। এই তালিকাখনত অন্তৰ্ভূক্ত হৈ থকা হলীউড অভিনেতা ক্ৰিস, ডেৱিদ ৱেকহম,ৰবাৰ্ট পেটিন্সন আদিকো ঋত্বিক ৰোশনে পিছ পেলায়। কিন্তু অভিনেতা গৰাকীয়ে নিৰ্বাচিত হোৱাটো কোনো ধৰণৰ জীৱনৰ “প্ৰাপ্তি” বুলি নাভাৱে। তেওঁৰ মতে সুন্দৰতাৰ সলনি পৃথিৱীত আটাইতকৈ মহত্ব প্ৰদান কৰিব লাগে ব্যক্তিৰ চৰিত্ৰক। কাৰণ ব্যক্তি চৰিত্ৰইহে সদায় জনসাধাৰণক আকৰ্ষণ কৰে বুলি তেওঁ মন্তব্য কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform