rupaliparda.com
"পল পল দিল কে পাস" ৰ প্ৰথমটো গীতৰ মুক্তিঃ | Rupaliparda.com
বলীউডৰ জনপ্ৰিয় অভিনেতা ও বিজেপি সাংসদ ছানী ডেউলৰ দ্বাৰা পৰিচালিত "পল পল দিল কে পাস" ছবিখনৰ প্ৰথমটো গীত "হ যা আ্ৱাৰা" ই ইতিমধ্যে মুক্তি লাভ কৰিলে।