rupaliparda.com
"এক্টৰ অৱ দা ইয়েৰ" ৰ মুকুট আয়ূসমান খুৰানাৰ শিঁৰতঃ | Rupaliparda.com
আয়ূসমান খুৰানা হৈছে বলীউডৰ এনে এগৰাকী অভিনেতা যিয়ে চলচিত্ৰ জগতলৈ অহা পিছৰ পৰাই এক ব্যতিক্ৰমী চৰিত্ৰ অথবা একাঘেয়ামিতাৰ পৰা আঁতৰি কৰা ছবি দৰ্শকক দিছে।