rupaliparda.com
প্ৰেমৰ সম্পৰ্কটোক লৈ মুখ খুলিলে অভিনেত্ৰী মালাইকাইঃ | Rupaliparda.com
বলীউডত এনে বহু প্ৰেমিকদ্বয় আছে যাৰ প্ৰেমক বয়স, ভাল-বেয়া তথা সমাজৰ ৰীতি-নীতিয়ে হাৰ মনাব পৰা নাই। তেনে এক প্ৰেমিক পক্ষী হৈছে বি-টাউনৰ মোহময়ী অভিনেত্ৰী মালাইকা