rupaliparda.com
ছলমানে নিজৰ ছবিত নিজে দিছে ডায়লগ!! কিন্তু কিয়?? | Rupaliparda.com
বলীউড চলচিত্ৰ জগতৰ চুলতান ছলমান খান এতিয়া ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি "ডবংগ-৩" ৰ শ্বুটিংত। "ডবংগ" ৰ এইবাৰৰ সংস্কৰণটোক আৰু অধিক শক্তিশালীকৈ দৰ্শকৰ ওচৰত উপস্থাপন