rupaliparda.com
আপুনি জানেনে "চলা যাতা হু কিছি কি ধুন মে" গীতটিৰ আঁৰৰ কাহিনী??? | Rupaliparda.com
৭০ৰ অথবা ৮০ দশকৰ গীতবোৰ আপোনাৰ প্ৰিয় নে?? আপোনাৰ, মোৰ বুলিয়ে নহয়; সকলোৰে বাবে এই গীতবোৰ মনপৰশা। টিভি অথবা ৰেডিঅ'ত সেইটো দশকৰ গীতবোৰ শুনিলেই হঠাৎ ৰৈ যোৱা যায়