rupaliparda.com
"ইনছাল্লাহ" ৰ বাবে অপেক্ষাৰত নেকি আপুনি?? তেতিয়াহ'লে চাওঁক- | Rupaliparda.com
বছৰি ঈদৰ সময়ছোৱাত নিজৰ ছবি মুক্তি দিয়া ছলমান খানে বহু বছৰৰ পিছত কাম কৰিব পৰিচালক সঞ্জয় লীলা ভাঞ্চালিৰ সৈতে। "ইনছাল্লাহ" শীৰ্ষক ছবিখনত একেলগে কাম কৰিব দুয়ো