rupaliparda.com
অসমীয়া কমেডী ছবি "ৰাজা ৰিটানৰ্ছ"- | Rupaliparda.com
২০১৮ চনৰ ২৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন কমেডী অসমীয়া ছবি হৈছে "ৰাজা ৰিটানৰ্ছ"। কে.ডি ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কিশোৰ দাসৰ।