rupaliparda.com
এগৰাকী দৌৰবিদৰ ৰূপত তাপসিঃ | Rupaliparda.com
এগৰাকী খেলুৱৈৰ ৰূপত পুনৰবাৰ দেখিবলৈ পোৱা যাব তাপসি পান্নুক। "বেবী", "নাম শবানা" আৰু "সুৰমা" আদি ছবিত প্ৰথমেই এগৰাকী খেলুৱৈ ৰূপত দেখিবলৈ পোৱা এই অভিনেত্ৰী