rupaliparda.com
"চাহো" চোৱাৰ পূৰ্বে চাওঁক কেইটামান "মিমচ"- | Rupaliparda.com
"চাহো" মুক্তি পোৱাৰ পিছৰে পৰা ছবিখনক তুলনা কৰা হৈছে প্ৰভাসৰ পূৰ্বৰ ছবি "বাহুৱলী" ৰ সৈতে। দুয়োখন ছবিৰ তুলনা কৰি একাংশই চচিয়েল মিডিয়াত জন্ম দিছে কিছু "মিমচ" ৰ।