rupaliparda.com
কোনজন টাইগাৰ?? ধৰিব পাৰিব নে আপুনি?? | Rupaliparda.com
পৃথিৱীত মুঠ সাতজন এনে মানুহ থাকে যাৰ দেহৰ গঠন অথবা মুখ মণ্ডলৰ এজনৰ লগত আনজনৰ মিল আছে। সেয়া সাধাৰণ লোকো হ'ব পাৰে নাইবা হ'ব পাৰে কোনো চিলেব্ৰেটী।