rupaliparda.com
লণ্ডনত ইতি পৰিল '৮০ ৰ শ্বুটিং- | Rupaliparda.com
লণ্ডনত শ্বুটিঙ শেষ কৰি উভতিল ৰণৱীৰ সিং। '৮০ ৰ লণ্ডনৰ চিড্যুৱল শেষ কৰি উভতি আহিল ৰণৱীৰ। নিজ ইনষ্টাগ্ৰাম পেজত এটি ভিডিঅ'ৰ যোগে অভিনেতাগৰাকীয়ে এই কথা জনাই