rupaliparda.com
পুনৰ বাৰ "ৰাম-লখন" ৰ যুঁটিঃ | Rupaliparda.com
আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব জেকী শ্ৰফ আৰু অনীল কাপুৰক। "ৰাম-লখন" ৰ উক্ত যুঁটিটোক পুনৰবাৰ ছবিগৃহলৈ আনিব সুভাষ ঘাইয়ে। ১৯৮৯ চনৰ চুপাৰহিট ছবি