rupaliparda.com
"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- | Rupaliparda.com
মাজুলীৰ জনজীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল অসমীয়া ছবি "বৰনদী ভটিয়ায়"। চলিত বৰ্ষৰ ৩ মে' ত মুক্তিপ্ৰাপ্ত এই ছবিখনে ছবিগৃহত লাভ কৰিছিল দৰ্শকৰ বৃহৎ অংকত সমাদৰ।