rupaliparda.com
জুবিনৰ পিছত এইবাৰ ৰাইজৰ মাজত যতীনঃ | Rupaliparda.com
"কাঞ্চনজংঘা" ৰ পিছত এইবাৰ প্ৰচাৰ আৰম্ভ "ৰত্নাকৰ" ক লৈ। ক্ৰমাৎ উন্নতিৰ দিশলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে অসমীয়া চলচিত্ৰ সমূহক। ইখনৰ পিছত সিখন ভাল ছবিৰ সোঁৱাদ