rupaliparda.com
"কুছ কুছ হতা হে" ৰ অসমীয়া সংস্কৰণঃ থাকিব কোন?? | Rupaliparda.com
৯০ দশকৰ বলীউড ছবিসমূহৰ ভিতৰত কৰণ জহৰ পৰিচালনাৰে নিৰ্মিত "কুছ কুছ হতা হে" ছবিখন অন্যতম। মুক্তিৰ পিছত আজিলৈকে ছবিখনে দৰ্শকৰ পৰা লাভ কৰি আহিছে একেই সমাদৰ।