rupaliparda.com
প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে চৰ্চিত জেৰিফাঃ তেওঁৰ "ন মেকআপ" লুক | Rupaliparda.com
নিতৌ যথেষ্ট মেক-আপৰ সৈতে কেমেৰাৰ সমুখত বহিবলগীয়া হয় অভিনয়ৰ সৈতে জড়িত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে। কেমেৰাৰ এংগল অনুসৰি নিজক শুৱনি কৰি ৰাখিবলৈ যত্ন কৰে তেওঁলোকে।