rupaliparda.com
কাৰ্তিকে ছোৱালী নহয়; আকৰ্ষিত হয় পুৰুষৰ প্ৰতিহেঃ | Rupaliparda.com
বলীউডৰ ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ সহজে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে বহু অভিনতাক। এইবাৰ এনে ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে কাৰ্তিক আৰিয়নে।